Assam Budget 2021-22 : অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি ২০২১-২২ বৰ্ষৰ অসম বাজেট উপস্থাপন কৰে ।

Date:

- Advertisement -

 Assam Budget 2021-22 : 

- Advertisement -

অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি ২০২১-২২ বৰ্ষৰ অসম বাজেট উপস্থাপন কৰে ।


👉‘‘আজিলৈকে ২০ লাখ ২১ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীলৈ ১৬৭.৭৮ কোটি টকা মুকলি কৰি দিয়া হৈছে। যিসকল যোগ্য হিতাধিকাৰী, সেইসকলহে এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব লাগে আৰু অযোগ্য হিতাধিকাৰী থাকিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰচেষ্টা গ্ৰহণ কৰিছো। বুলি কয় ।

- Advertisement -

👉ৰাজ্যত গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ চৰকাৰে   দুগ্ধ ব্যৱসায়ী আৰু গোপালক সকলক কৃত্ৰিম শুক্ৰাণু যোগানৰ ব্যৱস্থা কৰিব। ৫০ হাজাৰ গৰু-ম’হক সামৰি লব পৰাকৈ টলিত বছৰতে জেশৰ বিভিন্ন প্ৰতিস্থিত উতসৰ পৰা উচ্চ অনুবংশিক গুণসম্পন্ন হিমায়িত ১.২৫ লাখ কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰাৰ প্ৰস্তান লৈছে চৰকাৰে। প্ৰথম বছৰত এই পদ্ধতিৰ জড়িয়তে প্ৰায় ১২০০০ মাইকী গৰু-ম’হৰ পোৱালি জন্ম দিব পৰা যাব বুলি আশা কৰা হৈছে। পৰৱৰ্তী ৪ বছৰত এই সংখ্যা ৫০০০০লৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

👉চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাচত সুবিধা হোৱাকৈ একোটাকৈ স্মাৰ্ট ফোন প্ৰদান কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ৮ লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব।

👉প্ৰাথমিক বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰৰ বিদ্যুতিকাৰণৰ বাবে ১৪৪ কোটি টকা ধাৰ্য

👉খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ঐতিহ্য সংস্কৃতি সংৰক্ষণ বিভাগ নামে নতুন বিভাগ স্থাপনৰ প্ৰস্তাৱ বাজেটত।

- Advertisement -

👉বিধৱা মহিলাৰ বাবে আঢ়ৈ লাখ টকাৰ একালীন সাহায্য। বছৰি ৫লাখ টকাৰ তলৰ আয়ৰ বিধৱা মহিলাই পাব এই সুবিধা।

👉গুৱাহাটীৰ সকলো পাহাৰ–মুকলি ঠাই সংৰক্ষণৰ ব্যৱস্থা।

👉৫খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ। গোলাঘাট, ধেমাজি, মৰিগাঁৱত হ’ব মেডিকেল কলেজ। বঙাইগাঁও আৰু তামুলপুৰতো হ’ব মেডিকেল কলেজ।

👉ৰাজ্যৰ ১০ ঠাইত হ’ব ১০টা কামাণ্ডো বেটেলিয়ান। বচা বচা কনিষ্টবল, SIক দিয়া হ’ব নিযুক্তি।

👉গোৱালপাৰ জিলাত নতুন অভয়াৰণ্য ঘোষণা।

👉কাৰ্বি আংলঙত হ’ব নতুন ৰাজ্যিক বিশ্ববিদ্যালয়।

👉ডিব্ৰুগড়, শিলচৰত হ’ব নতুন চিৰিয়াখানা।

👉অসম মালা আচনিৰ অধীনত ৰাজ্যৰ উন্নয়নৰ কাম হৈছে।

MUST READ  Nobel Prizes 2021 : বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ঔষধ, সাহিত্য আৰু শান্তি বঁটা বিজয়ী

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম চলি আছে।


- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...