মহাদেৱ শিব প্রথমে কাক নিজৰ জ্ঞান দিছিল ?
মহা দেৱ শিৱ জগতৰ গুৰু আছিল । বিশ্বাস অনুসৰি তেওঁ সপ্ত ঋষি জ্ঞান বিতৰণ কৰিছিল। সপ্ত ঋষি জ্ঞান আহৰণ কৰি বিশ্বৰ সকলো দিশত বিলাই দিছিল আৰু সকলোতে শৈৱিক ধর্ম যোগ আৰু জ্ঞান প্রচাৰ কৰিছিল ৷ এই সাত ঋষি য়ে এনেকুৱা ঠাই এৰা নাছিল যত মহাদেৱৰ নাম পোৱা নাযাই ৷ বিশ্বৰ প্রায় সকলো ধৰ্মত মহাদেৱৰ . নাম পোৱা যায়। পৰশুৰাম আৰু ৰাৱণ মহাদেৱ ৰ শিষ্য আছিল ৷
মহাদেৱ প্রথম যোগী আছিল আৰু মানৱ সভ্যতাৰ সকলো জ্ঞান তেওঁৰ তাত সমাহিত হৈ আছে ৷ তেওঁ প্রথমে সপ্ত ঋ্ষিক জ্ঞান দিছিল।