মহাদেৱ শিব প্রথমে কাক নিজৰ জ্ঞান দিছিল ?

Date:

- Advertisement -

 মহাদেৱ শিব প্রথমে কাক নিজৰ জ্ঞান দিছিল ?


মহা দেৱ শিৱ জগতৰ গুৰু আছিল । বিশ্বাস অনুসৰি তেওঁ সপ্ত ঋষি জ্ঞান বিতৰণ কৰিছিল। সপ্ত ঋষি জ্ঞান আহৰণ কৰি বিশ্বৰ সকলো দিশত বিলাই দিছিল আৰু সকলোতে শৈৱিক ধর্ম যোগ আৰু জ্ঞান প্রচাৰ কৰিছিল ৷ এই সাত ঋষি য়ে এনেকুৱা ঠাই এৰা নাছিল যত মহাদেৱৰ নাম পোৱা নাযাই ৷ বিশ্বৰ প্রায় সকলো ধৰ্মত মহাদেৱৰ . নাম পোৱা যায়। পৰশুৰাম আৰু ৰাৱণ মহাদেৱ ৰ শিষ্য আছিল ৷



মহাদেৱ প্রথম যোগী আছিল আৰু মানৱ সভ্যতাৰ সকলো জ্ঞান তেওঁৰ তাত সমাহিত হৈ আছে ৷ তেওঁ প্রথমে সপ্ত ঋ্ষিক জ্ঞান দিছিল।
MUST READ  Nobel Prizes 2021 : বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ঔষধ, সাহিত্য আৰু শান্তি বঁটা বিজয়ী
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...