তাজমহলৰ ভিতৰত লুকাই আছে নেকি হিন্দু দেৱতাৰ মূৰ্তি! তাজমহলৰ ২০ টা গোপন কোঠা খোলাৰ বাবে দাবী জনাইছে বিজেপিৰ এজন নেতাই ।

Date:

- Advertisement -

- Advertisement -

হিন্দুত্ববাদী নেতাৰ বাবে শেহতীয়া বিতর্কন কেন্দ্রবিন্দু হৈ পৰিছে বিশ্ব সপ্তম আশ্চার্যৰ অন্যতম তাজমহল। শেহতীয়াকৈ অকাংশ হিন্দু নেতাই আগ্রাৰ তাজমূহলত হিন্দু মন্দিৰ থকা বুলি ধাৰী কৰিছে। তাৰ মাজতে তাজমহলৰ ভিতৰত থকা ২০ টা গোপন কোঠা খোলাৰ বাবে দাবী জনাইছে বিজেপিৰ এজন নেতাই। ভারতীয় পুৰাতত্ত্ব বিভাগক এই সম্পর্কত নির্দেশ দিবলৈ আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন আবেদন দাখিল কৰে বিজেপির অযোধ্যা জিলাৰ মিডিয়া প্রভাৰী ডঃ ৰাজনীশ সিছে। অহা ১০ মে ত আবেদনখনৰ শুনানিৰৰ বাবে গ্ৰহণ কৰা হ’ব আবেদনখনত উল্লেখ কৰা হৈছে যে তাজমহলৰ ভিতৰৰ ২০ টা বন্ধ কোঠাৰ বহুসা জানিবলৈ হ’লে সেইকেইটা খোলাৰ অনুমতি দিয়া উচিত। ভিতৰত বহু হিন্দু মূর্তি আৰু শিলালিপি থকা বুলিও দাবী কৰিছে ডা ৰাজনীশ দি৪ে। আবেদনাখনত লগতে তাজমহলক ‘তেজো মহালয়” হিচাপে নতুন নাম নিবলৈও দাবী জনোৱা হৈছে। লগতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তথ্য অনুসন্ধান সমিতি এখন গঠন কৰিবলৈও দাবী উত্থাপন কৰা হৈছে। তাজমহলৰ চৌহদৰ ভিতৰৰ প্ৰতিটো তথ্য পুংখানুপুংখভাৱে | চালি-জাৰি চোৱাটো সময়ৰ আহ্বান বুলিও মন্তব্য কৰে বিজেপি নেতাজনে বন্ধ হৈ থকা কোঠাসমূহৰ ভিতৰত শিৱৰ মন্দিৰ থাকিব পাৰে বুলিও দাবী কৰা হৈছে আবেদন খনত।

MUST READ  History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related