ঢুলীয়াৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কান্ধত ঢোল, মুখত ম’হৰ শিঙৰ পেঁপা লৈ বিহু মাৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Date:

- Advertisement -

 ঢুলীয়াৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কান্ধত ঢোল, মুখত ম’হৰ শিঙৰ পেঁপা লৈ বিহু মাৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

- Advertisement -

#WATCH | Prime Minister Narendra Modi tries his hand at multiple musical instruments as he participates in a program organized on the occasion of Rongali Bihu at the residence of Union Minister Sarbananda Sonowal, in Delhi pic.twitter.com/KC6vLz5hVX

— ANI (@ANI) April 23, 2022

কান্ধত ঢোল লৈ ঢুলীয়াৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চাপৰি বজাই সহযোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰঙালী বিহু অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানটো দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হৈছিল। অনুষ্ঠানটোত   প্ৰধানমন্ত্ৰী মোডীয়ে কেৱল উপভোগ কৰাই নহয়, তেওঁ বাঁহী ঢোল আদি বাদ্যযন্ত্ৰ বজাই । 

- Advertisement -

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...