চনু সুদে স্থাপন কৰিব নিজৰ ম’বাইল টাৱাৰ Online Class হোৱা নেটৱৰ্ক সমস্যাৰ বাবে ৷

Date:

- Advertisement -

কৰোনা ভাইৰাছৰ ফলত হোৱা লকডাউনৰ বাবে বেছিভাগ শিক্ষাৰ্থীয়ে অনলাইন অধ্যয়ন কৰি আছে, কিন্তু দেশৰ বহুতো অংশ আছে য’ত মোবাইল নেটৱৰ্কে যথেষ্ট সমস্যাৰ সন্মুখীন সৃষ্টি কৰে আৰু এনে কিছুমান ঠাইত অনলাইন ক্লাছ লোৱাটো কঠিন হৈ পৰিছে ।


লকডাউনৰ সময়ত চনু সুদ এটা পৰিচিত নাম হৈ পৰিছে ৷ কিওনো তেওঁৰ সহায় য়ে সকলোৰে  মাজত জনপ্রিয় হৈ পৰিছে ৷

চনু সুদে অনলাইন class লোৱাৰ অসুবিধা আঁতৰাবলৈ এটা ডাঙৰ সিদ্ধান্ত লৈছে। দৰাচলতে, উত্তৰ কেৰালাৰ ৱায়ানাডৰ বহু শিক্ষার্থী মোবাইল নেটৱৰ্কে সমস্যাৰ সন্মুখীন হৈছে। যাৰ বাবে তাত বহুতো শিশুৱে অনলাইন class লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। । শিশুসকলে সন্মুখীন হোৱা এই সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি, চনু সুদে ৱায়ানাডত এটা মোবাইল নেটৱৰ্ক স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। চনু সুদে ছচিয়েল মিডিয়াৰ জৰিয়তে এইকথা প্ৰকাশ কৰি কয় যে “কাৰো অধ্যয়ন অসম্পূৰ্ণ নহ’ব। ৱায়ানাডৰ সকলোকে কওঁক যে আমি তাত ম’বাইল টাৱাৰ স্থাপন কৰিবলৈ এটা দল প্ৰেৰণ কৰি আছো।” 
আৰু অভিনেতাজনে বহু লোকৰ প্রসংশা বুটলিবলৈ সক্ষম হয়।
MUST READ  Assamese Horoscope: 08 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...