চনু সুদে স্থাপন কৰিব নিজৰ ম’বাইল টাৱাৰ Online Class হোৱা নেটৱৰ্ক সমস্যাৰ বাবে ৷

Date:

- Advertisement -

কৰোনা ভাইৰাছৰ ফলত হোৱা লকডাউনৰ বাবে বেছিভাগ শিক্ষাৰ্থীয়ে অনলাইন অধ্যয়ন কৰি আছে, কিন্তু দেশৰ বহুতো অংশ আছে য’ত মোবাইল নেটৱৰ্কে যথেষ্ট সমস্যাৰ সন্মুখীন সৃষ্টি কৰে আৰু এনে কিছুমান ঠাইত অনলাইন ক্লাছ লোৱাটো কঠিন হৈ পৰিছে ।


লকডাউনৰ সময়ত চনু সুদ এটা পৰিচিত নাম হৈ পৰিছে ৷ কিওনো তেওঁৰ সহায় য়ে সকলোৰে  মাজত জনপ্রিয় হৈ পৰিছে ৷

চনু সুদে অনলাইন class লোৱাৰ অসুবিধা আঁতৰাবলৈ এটা ডাঙৰ সিদ্ধান্ত লৈছে। দৰাচলতে, উত্তৰ কেৰালাৰ ৱায়ানাডৰ বহু শিক্ষার্থী মোবাইল নেটৱৰ্কে সমস্যাৰ সন্মুখীন হৈছে। যাৰ বাবে তাত বহুতো শিশুৱে অনলাইন class লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। । শিশুসকলে সন্মুখীন হোৱা এই সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি, চনু সুদে ৱায়ানাডত এটা মোবাইল নেটৱৰ্ক স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। চনু সুদে ছচিয়েল মিডিয়াৰ জৰিয়তে এইকথা প্ৰকাশ কৰি কয় যে “কাৰো অধ্যয়ন অসম্পূৰ্ণ নহ’ব। ৱায়ানাডৰ সকলোকে কওঁক যে আমি তাত ম’বাইল টাৱাৰ স্থাপন কৰিবলৈ এটা দল প্ৰেৰণ কৰি আছো।” 
আৰু অভিনেতাজনে বহু লোকৰ প্রসংশা বুটলিবলৈ সক্ষম হয়।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...