কি হয় পেৰালিম্পিক ? কেতিয়া ইয়াক উদ্ভৱ কৰা হৈছিল ? জানক

Date:

- Advertisement -

(What is this Paralympic?

- Advertisement -

Internationally a multifaceted sports competition where physically or mentally challenged athletes participate.)

টকিঅ’ পেৰালিম্পিক বুধবাৰে আৰম্ভ হ’ব। ১৩ দিনীয়া অনুষ্ঠানটোত সমগ্ৰ বিশ্বৰ ৩৬৮৬ জন খেলুৱৈ উপস্থিত থাকিব। 

- Advertisement -


অলিম্পিক আৰু পেৰালিম্পিকৰ মাজত যথেষ্ট পাৰ্থক্য আছে। পেৰালিম্পিক অলিম্পিকতকৈ কিমান বেলেগ সেয়া বৰ্ণনা কৰোঁ আহক।

- Advertisement -

কি এই পেৰালিম্পিক ?


আন্তৰ্জাতিক ভাৱে এক বহুমুখি-ক্ৰীড়া প্ৰতিযোগিতা য’ত শাৰীৰিক বা মানসিকভাৱে অক্ষম খেলুৱৈসকলে অংশগ্ৰহণ কৰে।




১৯৪৮ চনত দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰাক্তন সকলৰ এটা সৰু সমাৱেশৰ পৰা পেৰালিম্পিকৰ উদ্ভৱ হৈছিল যি একবিংশ শতিকাৰ আৰম্ভণিতে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ ভিতৰত এটা হৈ পৰিছিল। পেৰালিম্পিক গেমছৰ দ্বিতীয় বিশ্বযুদ্ধৰ আঘাতপ্ৰাপ্ত সৈনিকসকলক পুনৰ মূলসুঁতিলৈ অনাৰ লক্ষ্যৰে আৰম্ভ হৈছিল । মেৰুদণ্ডৰ আঘাতৰ ভুক্তভোগী সৈনিকসকলক আৰোগ্য কৰিবলৈ ইয়াক বিশেষভাৱে আৰম্ভ কৰা হৈছিল। ১৯৪৮ চনত স্টোক মেণ্ডেভিল চিকিৎসালয়ত কৰ্মৰত নিওৰোলজিষ্ট ছাৰ গুডৱিং গুটমেনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকসকলৰ মেৰুদণ্ডৰ আঘাত পুনৰুদ্ধাৰৰ বাবে পুনৰ্সংস্থাপন কাৰ্যসূচীৰ বাবে ক্ৰীড়া বাছনি কৰে। এই খেলবোৰক তেতিয়া আন্তৰ্জাতিক হুইলচেয়াৰ খেল বুলি নামাকৰণ কৰা হৈছিল।





পেৰালিম্পিকৰ পতাকা, চিহ্ন আৰু পদক অলিম্পিক গেমছতকৈ সম্পূৰ্ণ পৃথক।

পেৰালিম্পিক পদকত সৰু বল থাকে যাতে অন্ধ খেলুৱৈসকলে ইয়াক মাতেৰে বুজি ব পাৰে।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...