আপুনি কেনেকৈ হোৱাটছএপত নম্বৰ Save নকৰাকৈ মেচেজ প্ৰেৰণ কৰিব?

Date:

- Advertisement -

 


- Advertisement -

হোৱাটছএপে সময়ে সময়ে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে নতুন সুবিধা আনি আছে । যদি আপুনি হোৱাটছএপত কাৰোবাক মেচেজ প্ৰেৰণ কৰিব বিচাৰে, তেন্তে নম্বৰটো Save কৰাটো অতি প্ৰয়োজনীয়। আজি, আমি আপোনাক এটা এনে এটা trick ক’ম যাৰ জৰিয়তে আপুনি হোৱাটছএপত যিকোনো লোকক তেওঁলোকৰ নম্বৰ Save নকৰাকৈ মেচেজ প্ৰেৰণ কৰিবলৈ পাৰে ।


এই পদ্ধতি (trick)টোৱে এণ্ড্ৰইড(android) আৰু আইঅএছ(ios) দুয়োটাৰ বাবে  ব্যৱহাৰ যোগ্য । আপুনি কেৱল যিকোনো ব্ৰাউজাৰত কেইটামান সহজ (Step) পদক্ষেপ অনুসৰণ কৰিব লাগিব আৰু আপুনি কোনো number save নকৰাকৈ মেচেজ প্ৰেৰণ কৰিব পাৰে ।

আপোনাৰ ফোনৰ ব্ৰাউজাৰ Chrome বা অন্য কোনো Browser  খোলক। আৰু এতিয়া আপুনি এই লিংকটো

- Advertisement -

http://wa.me/xxxxxxxxxx, বা

http://api.whatsapp.com/send?phone=xxxxxxxxxx

কপি  কৰক আৰু আপোনাৰ mobile ৰ Browser ত পেষ্ট কৰক  ।

‘xxxxxxxxxx’ ৰ ঠাইত, আপুনি মেচেজ প্ৰেৰণ কৰিব বিচৰা mobile number টো  কোডৰ সৈতে ফোন নম্বৰটো paste কৰক ।

- Advertisement -

যেনে
সেয়েহে যদি আপুনি মেচেজ কৰিব বিচৰা নম্বৰটো +919922222222 হয় তেন্তে লিংকটোত হব এনেকুৱা

http://wa.me/919911111111 । ইয়াত, প্ৰথম দুটা অংক (91) হৈছে ভাৰতৰ দেশ কোড আৰু তাৰ পিছত ব্যক্তিজনৰ ম’বাইল নম্বৰ।
আপুনি লিংকটো টাইপ কৰাৰ পিছত, লিংকটো খুলিবলৈ Go ত  টেপ কৰক।

ইয়াৰ পিছত, আপুনি প্ৰাপ্তকৰ্তাৰ ফোন নম্বৰ আৰু সেউজীয়া  বুটামৰ সৈতে এটা হোৱাটছএপ ৱেবপৃষ্ঠা দেখিব। সেউজীয়া বাৰ্তা বুটামটো টেপ কৰক আৰু আপোনাক হোৱাটছএপলৈ খোল খাব।

এতিয়া, আপুনি  কোনো Number Save   নকৰাকৈ হোৱাটছএপত মেচেজ  প্ৰেৰণ কৰিব পাৰে ।

MUST READ  SOP assam Government ::Assam চৰকাৰে COVID ব্যৱস্থাপনা সন্দৰ্ভত নতুন SOP জাৰী কৰিছে
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...