HSLC Results Assam : কালি লৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। কেনেকৈ চাব ফলাফল ?

Date:

- Advertisement -

- Advertisement -

কালি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰিব। কালি পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব।

পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল নং আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰিব লাগিব। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী। ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।

- Advertisement -

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবচাইট কেইটা হ’ল-

results.sebaonline.org

- Advertisement -

resultsassam.nic.in

www.indiaresults.com

www.results.shiksha

www.assam.shiksha

www.assamonline.in

exametc.com

 

www.schools9.com

https://iresults.net

assamjobalerts.com

assamresult.in

necareer.com

www.jagranjosh.com

www.vidyavision.com

Direct Link Here 🔗🔗

MUST READ  ২০২৩ত শেষবাৰৰ বাবে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা! অহা বছৰৰ পৰা কলেজত নাথাকে উচ্চতৰ মাধ্যমিক শাখা
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...