ৰাজ্যিক বাজেটৰ বাবে আপুনিও পৰামৰ্শ আগবঢ়াব পাৰে । জনসাধাৰণৰ মুকলি পৰামৰ্শৰ বাবে Email ID, WhatsApp নম্বৰ মুকলি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে ।

Date:

- Advertisement -
assambudgetsuggestions@gmail.com আৰু ৭৬৩৬৮৭৯০১৯ হোৱাটছএপ নম্বৰত অহা ৩ জুলাইৰ ভিতৰত আপুনি আপোনাৰ পৰামৰ্শৱলী প্ৰেৰণ কৰিব পাৰে ।

পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন ৰাজ্যিক বাজেটৰ পূৰ্বে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে শনিবাৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতকৰাৰ বিষয়ে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে ।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ হিতৰ বাবে এক ব্যাপক বাজেট প্ৰস্তুত কৰা হব ।

২০২১-২২ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট ১৬ জুলাই, ২০২১ তাৰিখে অসম বিধান সভাত উত্থাপন কৰা হ’ব।

বাজেটৰ বাবে জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে জনসাধাৰণৰ মুকলি পৰামৰ্শৰ বাবে Email ID, WhatsApp নম্বৰ মুকলি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে ।

assambudgetsuggestions@gmail.com আৰু ৭৬৩৬৮৭৯০১৯ হোৱাটছএপ নম্বৰত অহা ৩ জুলাইৰ ভিতৰত আপুনি আপোনাৰ পৰামৰ্শৱলী প্ৰেৰণ কৰিব পাৰে ।

অহা ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰিব 

ৰাজ্যখনৰ সকলো স্তৰৰ লোকসকলে ৩ জুলাইলৈকে এই ই-মেইল আৰু হোৱাটছএপ নম্বৰৰ জৰিয়তে বাজেটত অন্তৰ্ভুক্ত কৰিবলগা উন্নয়নৰ বিষয়সমূহৰ ওপৰত পৰামৰ্শ প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব।

 বাজেট অধিৱেশন ১২ জুলাইত আৰম্ভ হ’ব আৰু ১৩ আগষ্ট, ২০২১ তাৰিখে সমাপ্ত হ’ব।
MUST READ  Assamese Horoscope: 04 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...