সাৱধান! এই 9 টা বিপদজনক এণ্ড্ৰইড এপ্পে ফেচবুক লগইন পাছৱৰ্ড চুৰি কৰি আছে, যদি আপোনাৰ ফোনত ইনষ্টল আছে এতিয়াই Uninstall কৰক ?

Date:

- Advertisement -

 


- Advertisement -


গুগল প্লে ষ্টোৰ ৰ পৰা আমি প্ৰতিদিনে আমাৰ কামৰ বহুতো এণ্ড্ৰইড এপ্প ডাউনলোড কৰোঁ কিন্তু আপুনি জানেনে যে ইয়াৰে কিছুমান ক্ষতিকাৰক এপ্প হ’ব পাৰে যি আপোনাৰ আৰু আপোনাৰ ডিভাইচদুয়োৰে বাবে বিপদজনক হ’ব পাৰে। Dr webৰ মালৱেৰ বিশ্লেষকসকলে শেহতীয়াকৈ কিছুমান আটাইতকৈ বিপদজনক এপ চিনাক্ত কৰিছে যিয়ে ব্যৱহাৰকাৰীৰ ফেচবুক লগইন আৰু পাছৱৰ্ড  চুৰি কৰে। গুগলে এই ৯ টা মালৱেৰ এপৰ বিষয়ে প্ৰতিবেদন দিয়াৰ পিছত গুগল প্লে ষ্টোৰৰ পৰা এপবোৰ আঁতৰাই দিছে।

এই ট্ৰজান এপবোৰে ব্যৱহাৰকাৰীসকলক fake Login Facebook page লোড কৰাই আৰু তাৰ পিছত ব্যৱহাৰকাৰী সকলে নিজৰ ফেচবুক ID আৰু password প্ৰবিষ্ট কৰে । তাৰ ফলত আপোনাৰ ফেচবুক ID আৰু PASSWORD সিঁহতৰ ওচৰত যায় । আৰু আপোনাৰ ফেচবুক Account hack হৈ পৰে  ।


- Advertisement -

9 Malware Apps on Google Play Store has removed Form Playstore


1.Processing Photo


- Advertisement -

2.PIP Photo


3.Horoscope Daily 


4.Rubbish Cleaner 


5.App Lock Keep


6.Inwell Fitness


7.Horoscope Pi


8.Lockit Master


9.App Lock Manager


আপুনি third party নাইবা অন্য কোনো platform ৰ পৰা কোনো এপ্প ডাউনলোড নকৰিব । Play Store ৰ পৰা হে Download বা ইনষ্টল কৰিব ।





MUST READ  Nipah Virus: নিপাহ ভাইৰাছ: নিপাহ ভাইৰাছ কি, ই কেনেদৰে বিয়পে, ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা সমূহ কি কি ?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...