HS Exam Result: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা মুখ্যমন্ত্ৰীৰ কেনেকৈ চাব আপোনাৰ ফলাফল ।

Date:

- Advertisement -

 

- Advertisement -

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ২৭ জুনত। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা উল্লেখ কৰে। ঘোষণা অনুসৰি

- Advertisement -

পুৱা ৯ বজাত ফলাফল পাব ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখ্য, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ মুঠ ২,৪৯,৮১২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

এই ৱেবছাইটত পাব ফলাফল

- Advertisement -

sebaonline.org

resultsassam.nic.in

results.shiksha

assamresult.in

assamresult.co.in

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...