HS Exam Result: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা মুখ্যমন্ত্ৰীৰ কেনেকৈ চাব আপোনাৰ ফলাফল ।

Date:

- Advertisement -

 

- Advertisement -

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ২৭ জুনত। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা উল্লেখ কৰে। ঘোষণা অনুসৰি

- Advertisement -

পুৱা ৯ বজাত ফলাফল পাব ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখ্য, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ মুঠ ২,৪৯,৮১২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

এই ৱেবছাইটত পাব ফলাফল

- Advertisement -

sebaonline.org

resultsassam.nic.in

results.shiksha

assamresult.in

assamresult.co.in

MUST READ  দেৱী দুৰ্গাৰ বাহন হিছাপে কিয় সিংহ ব্যৱহাৰ কৰে ?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...