মাইক্ৰছফ্টত কোম্পানীয়ে দিল্লীৰ অদিতিক দিলে 22 লাখ টকা ৷ Microsoft company paid Rs 22 lakh to Aditi .

Date:

- Advertisement -

◽ভাৰতীয় ছোৱালীজনীক মাইক্ৰছফ্টে ২২ লাখতকৈও অধিক টকা প্ৰদান কৰিছে। 


◽কোম্পানীটোৱে চাইবাৰ সুৰক্ষা বিশ্লেষক অদিতি সিঙক পুৰস্কাৰ প্রদান কৰিছে ৷ 
◽মাইক্ৰছফ্ট এজুৰ ক্লাউডত (মাইক্ৰছফ্টৰ এজুৰ ক্লাউড) এটা বাগ ত্ৰুটি (BUG) চিনাক্ত কৰি দিয়াৰ বাবে মাইক্ৰছফ্টৰ কোম্পানীয়ে ২২ লাখ টকা উপহাৰ দিয়ে ৷ 

◽অদিতি সিঙক কেৱল মাইক্ৰছফ্টৰ পৰাই নহয় দুমাহ আগতে ফেচবুকৰ পৰাও পুৰস্কাৰ হিচাপে ৫.৫ লাখ টকা দিয়া হৈছিল। 

◽অদিতিৰ মতে, দুয়োটা কোম্পানীতে একে ধৰণৰ ৰিম’ট কোড এক্সিকিউচন ত্ৰুটি (ৰিম’ট কোড এক্সিকিউচন বাগ) তাই চিনাক্ত কৰিছিল ৷
MUST READ  Astrology Shani Gochar 2022 : শনিৰ স্থান সলনি হ'ব ! এই ৩ ৰাশিৰ জাতক জাতিকাৰ ওপৰত পৰিব ভয়ংকৰ প্ৰভাৱ
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...