মাইক্ৰছফ্টত কোম্পানীয়ে দিল্লীৰ অদিতিক দিলে 22 লাখ টকা ৷ Microsoft company paid Rs 22 lakh to Aditi .

Date:

- Advertisement -

◽ভাৰতীয় ছোৱালীজনীক মাইক্ৰছফ্টে ২২ লাখতকৈও অধিক টকা প্ৰদান কৰিছে। 


◽কোম্পানীটোৱে চাইবাৰ সুৰক্ষা বিশ্লেষক অদিতি সিঙক পুৰস্কাৰ প্রদান কৰিছে ৷ 
◽মাইক্ৰছফ্ট এজুৰ ক্লাউডত (মাইক্ৰছফ্টৰ এজুৰ ক্লাউড) এটা বাগ ত্ৰুটি (BUG) চিনাক্ত কৰি দিয়াৰ বাবে মাইক্ৰছফ্টৰ কোম্পানীয়ে ২২ লাখ টকা উপহাৰ দিয়ে ৷ 

◽অদিতি সিঙক কেৱল মাইক্ৰছফ্টৰ পৰাই নহয় দুমাহ আগতে ফেচবুকৰ পৰাও পুৰস্কাৰ হিচাপে ৫.৫ লাখ টকা দিয়া হৈছিল। 

◽অদিতিৰ মতে, দুয়োটা কোম্পানীতে একে ধৰণৰ ৰিম’ট কোড এক্সিকিউচন ত্ৰুটি (ৰিম’ট কোড এক্সিকিউচন বাগ) তাই চিনাক্ত কৰিছিল ৷
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...