পান কাৰ্ড কিদৰে আধাৰ কাৰ্ডৰ লগত লিংক কৰাব অন্তিম তাৰিখ ৩১ মার্চ
পান কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰোৱতো বাধ্যতা মূলক। ইয়াৰ সময সীমা ৩১ জুন ২০২০ লৈকে আছিল৷ এতিয়া চৰকাৰে ইয়াৰ সময়সীমা ৩১ মাৰ্চ ২০২১ লৈকে বৃদ্ধি কৰিছে ৷
কেনেকৈ আপুনি পান কাৰ্ড আধাৰ লগত লিংক লগাব তলৰ step কেইটা follow কৰক।
১. website জৰিয়তে লিংক কৰক
Click here ইয়াত ক্লিক কৰক
ইয়াৰ পিছত আপোনাৰ
১.পান কাৰ্ডৰ নম্বৰ
২. আধাৰ নম্বৰ
৩. আপোনাৰ নাম
৪.I agree ক্লিক কৰক
৫. Request OTP ত ক্লিক কৰক
শেষত Link Aadhar ত ক্লিক কৰক
এতিয়া আপোনাৰ আধাৰ পান কাৰ্ডৰ লগত লিংক হৈছে।
২. Sms জৰিয়ে আধাৰ লিংক কৰক
টাইপ কৰক UIDPAN<12-digit Aadhaar><10-digit PAN> আপোনাৰ মোৱাইলত
567678 আৰু 56161 লৈকে পঠিয়াই দিয়ক ৷