5G Network Services: ২০২২ চনৰ শেষলৈকে দেশত আৰম্ভ হ’ব 5G সেৱা, কেন্দ্ৰীয় টেলিকম মন্ত্ৰীৰ আশা

Date:

- Advertisement -

 

- Advertisement -

চলিত বছৰৰ শেষৰ পিনেই ভাৰতত আৰম্ভ হ’ব 5G সেৱা। হাই স্পীড ইণ্টাৰনেট সেৱা প্ৰদানৰ 5G সেৱা (5G services) আৰম্ভ কৰা হ’ব দেশত। এই বৰ্ষৰ শেষলৈকে ভাৰতৰ বহু চহৰত 5G সেৱা আৰম্ভ কৰাৰ আশা কৰা হৈছে। আজি এই মন্তব্য কৰে কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বীনি বৈভৱে।

আগন্তুক ১৫ আগষ্টৰ ভিতৰত 5G স্পেকট্ৰম আবণ্টন সম্পূৰ্ণ কৰাৰ আশা কৰা হৈছে। স্পেকট্ৰম আবণ্টন সম্পূৰ্ণ হোৱাৰ পিছতে 5G আৰম্ভ কৰা হ’ব। এই মন্তব্য টেলিকম মন্ত্ৰী বৈভৱ (Telecom Minister Ashwini Vaishnaw)ৰ। মন্ত্ৰী বৈভৱে আশা কৰা মতে আগন্তুক ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত 5G সেৱা আৰম্ভ কৰিব পৰা হ’ব।

- Advertisement -

উল্লেখ্য যে ইতিমধ্য 5G স্পেকট্ৰম আবণ্টনৰ নিবিদা (5G spectrum auction) প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰথম দিনাই ১.৪৫ লাখ কোটি টকাৰ নিবিদা পৰিছে। টেলিকম মন্ত্ৰী অশ্বীনি বৈভৱৰ উদ্ধৃতিৰে পিটিআইয়ে এই বাতৰি প্ৰকাশ কৰিছে।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...