5G Network Services: ২০২২ চনৰ শেষলৈকে দেশত আৰম্ভ হ’ব 5G সেৱা, কেন্দ্ৰীয় টেলিকম মন্ত্ৰীৰ আশা

Date:

- Advertisement -

 

- Advertisement -

চলিত বছৰৰ শেষৰ পিনেই ভাৰতত আৰম্ভ হ’ব 5G সেৱা। হাই স্পীড ইণ্টাৰনেট সেৱা প্ৰদানৰ 5G সেৱা (5G services) আৰম্ভ কৰা হ’ব দেশত। এই বৰ্ষৰ শেষলৈকে ভাৰতৰ বহু চহৰত 5G সেৱা আৰম্ভ কৰাৰ আশা কৰা হৈছে। আজি এই মন্তব্য কৰে কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বীনি বৈভৱে।

আগন্তুক ১৫ আগষ্টৰ ভিতৰত 5G স্পেকট্ৰম আবণ্টন সম্পূৰ্ণ কৰাৰ আশা কৰা হৈছে। স্পেকট্ৰম আবণ্টন সম্পূৰ্ণ হোৱাৰ পিছতে 5G আৰম্ভ কৰা হ’ব। এই মন্তব্য টেলিকম মন্ত্ৰী বৈভৱ (Telecom Minister Ashwini Vaishnaw)ৰ। মন্ত্ৰী বৈভৱে আশা কৰা মতে আগন্তুক ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত 5G সেৱা আৰম্ভ কৰিব পৰা হ’ব।

- Advertisement -

উল্লেখ্য যে ইতিমধ্য 5G স্পেকট্ৰম আবণ্টনৰ নিবিদা (5G spectrum auction) প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰথম দিনাই ১.৪৫ লাখ কোটি টকাৰ নিবিদা পৰিছে। টেলিকম মন্ত্ৰী অশ্বীনি বৈভৱৰ উদ্ধৃতিৰে পিটিআইয়ে এই বাতৰি প্ৰকাশ কৰিছে।

MUST READ  আই পি এল ২০২২ ৰ বাবে ৰাজস্থান ৰয়েলছ দল: ৰিয়ান পৰাগ মেগা নিলামত ৩.৮০ কোটি টকাত আৰআৰক বিক্ৰী কৰা হৈছে ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...