বিশেষ (Special HSLC Exam) মেট্ৰিক পৰীক্ষা ১ অক্টোবৰৰ পৰা, আৰম্ভ হব পৰীক্ষাসূচী প্ৰকাশ ছেবাৰ ।

Date:

- Advertisement -


Download Routine Special HSLC Exam Pdf 

- Advertisement -


The schedule for the special matriculation exam to be conducted for students who are unhappy with the result of the exam has been announced. The special matriculation (HSLC) exam will begin from October 1 as per the exam schedule released today from Seba.


The exam slated to run from October 1 to October 11 will be held in a total of 6 subjects. It may be recalled that the matriculation and higher secondary final examinations were not conducted in the state this time due to the covid situation.

- Advertisement -


পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰিবলগীয়া বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী ঘোষণা কৰা হৈছে। ছেবাৰ পৰা আজি প্ৰকাশ কৰা পৰীক্ষা সূচী অনুসৰি ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশেষ মেট্ৰিক পৰীক্ষা।



- Advertisement -

১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিবলগীয়া পৰীক্ষা মুঠ ৬টা বিষয়ত অনুষ্ঠিত হ’ব। উল্লেখ্য, ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত এইবাৰ অনুষ্ঠিত কৰা হোৱা নাছিল মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।


Download Pdf : Click Here

Special HSLC EXAM নতুন অসম

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...