বিশেষ (Special HSLC Exam) মেট্ৰিক পৰীক্ষা ১ অক্টোবৰৰ পৰা, আৰম্ভ হব পৰীক্ষাসূচী প্ৰকাশ ছেবাৰ ।

Date:

- Advertisement -


Download Routine Special HSLC Exam Pdf 

- Advertisement -


The schedule for the special matriculation exam to be conducted for students who are unhappy with the result of the exam has been announced. The special matriculation (HSLC) exam will begin from October 1 as per the exam schedule released today from Seba.


The exam slated to run from October 1 to October 11 will be held in a total of 6 subjects. It may be recalled that the matriculation and higher secondary final examinations were not conducted in the state this time due to the covid situation.

- Advertisement -


পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰিবলগীয়া বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী ঘোষণা কৰা হৈছে। ছেবাৰ পৰা আজি প্ৰকাশ কৰা পৰীক্ষা সূচী অনুসৰি ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশেষ মেট্ৰিক পৰীক্ষা।



- Advertisement -

১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিবলগীয়া পৰীক্ষা মুঠ ৬টা বিষয়ত অনুষ্ঠিত হ’ব। উল্লেখ্য, ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত এইবাৰ অনুষ্ঠিত কৰা হোৱা নাছিল মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।


Download Pdf : Click Here

Special HSLC EXAM নতুন অসম

MUST READ  Pegasus: মিছ কল এটাৰ পৰাও hack হব পাৰে ফোন । Pegasus কি ?ই কিমান বিপদজনক ? Pegasus: A phone can also be hack from a miscall. What's Pegasus? How dangerous is it?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

List Of Ahom King . Ahom Kingdom.

SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্‌ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্‌ফা১৪০৭–১৪২২১০চুফক্‌ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্‌ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্‌ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্‌ফা১৬৪১–১৬৪৪১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্‌ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্‌ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...