Elon Musk ৰ Star Link মানে কি ? ইয়াক কেনেকৈ লাভ কৰিব পাৰিব ৷ ভাৰতত কেতিয়া উপলদ্ধ হব ?
Star Link হৈছে ছেটেলাইট ইন্টাৰনেট সেৱা ৷ Elon Musk য়ে 42,000 ছেটেলাইট প্ৰেৰণ কৰি গোটেই বিশ্ব তে ইন্টাৰনেট সেৱা provide কৰিব বিচাৰিছে ৷ যাতে সকলো দুৰ্গম অঞ্চলত ইন্টাৰনেট সেৱা উপলব্ধ হয় ৷ এতিয়ালৈকে 1000 ছেটেলাইট অৰবিটত আছে। আৰু ১০ হাজৰতকৈ বেছি user আছে। এই সেৱা লাভ কৰিবলৈ আপুনি reciver লগাব লাগিব। যাৰ দ্বাৰা আপুনি ১০০ mbs ত ইন্টাৰনেট সেৱা উপলদ্ধ কৰিব পাৰিব।
ভাৰতত বর্তমান ইয়াৰ Pre-registration আৰম্ভ হৈছে। প্রথম অৱস্থাত কেইখন মান চহৰত উপলদ্ধ হব ৷ তাৰ ভিতৰত দিল্লী আহমেদাবাদ আদি ত হব।
ইয়াৰ Price 99$ =7000
For any Updates Subscribe Our Telegram Channel–Telegram
Like Facebook Page–Facebook