Durga Puja 2021: দেৱী দুৰ্গাৰ এইবাৰ আগমন আৰু গমন কিহত? মহালয়া কেতিয়া ? ষষ্ঠী সপ্তমী নবমী আৰু দশমী কেতিয়া সম্পূৰ্ণ সময়সূচী ?

Date:

- Advertisement -





- Advertisement -


২০২০ চনৰ পৰা গোটেই বিশ্ব কোৰণাৰ (Corona) প্ৰকোপত জুৰুলা হৈ পৰিছে। বহুতেই   নিজৰ পৰিয়ালৰ লগতে প্ৰিয়জনক হেৰুৱাইছে । সেই বাবেই এই ৰোগ বিধস্ত পৃথিৱীত দেৱীৰ আগমনে কি বতৰা বহন কৰে সেয়া আগ্ৰহেৰে জানিবলৈ ৰৈ আছে বহুতে। দেৱী দুৰ্গাৰ আগমন আৰু গমন কোন বাহনত হব ??


হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়।

- Advertisement -



Also Read :: Hanuman Chalisa in Assamese হনুমান চালিশা অসমীয়াত


- Advertisement -


মহালয়া

অসমীয়া — ১৯ আহিন মংগলবাৰ

ইংৰাজী – মঙলবাৰে, অক্টোবৰ 5।



পঞ্চমী-

অসমীয়া – ২৩ আহিন, শনিবাৰে।

ইংৰাজী – শনিবাৰ, অক্টোবৰ 10।



ষষ্ঠী 

অসমীয়া – ২৪ আহিন, দেওবাৰে।

ইংৰাজী – দেওবাৰ, অক্টোবৰ 11।



সপ্তমী 

অসমীয়া- ২৫ আহিন, সোমবাৰে।

ইংৰাজী – সোমবাৰে, অক্টোবৰ 12।




অষ্টমী-

অসমীয়া – ২৬ আহিন, মঙলবাৰে।

ইংৰাজী – মঙলবাৰে, অক্টোবৰ 13।



নৱমী-

অসমীয়া – ২৭ আহিন, বুধবাৰে।

ইংৰাজী – বুধবাৰে, অক্টোবৰ 14।



দশমী-

অসমীয়া – ২৮ আহিন , বৃহস্পতিবাৰে।

ইংৰাজী – বৃহস্পতিবাৰে, অক্টোবৰ 15।



 “শ্রী শ্রী দুর্গাদেবীর ঘোটকে আগমন, ফল ছত্রভঙ্গস্তুরঙ্গমে।




শ্রী শ্রী দুর্গাদেবীর দোলায় গমন, ফল মড়ক।”



২০২১ চনৰ দুৰ্গা পূজা অক্টোবৰ মাহৰ ১২ তাৰিখৰ পৰা ১৫ তাৰিখলৈ হ’ব। পঞ্জিকা মতে দেৱীৰ এইবাৰ আগমন ঘোড়াত। ঘোড়া এনে বাহন যি যুদ্ধৰ সময়ত ব্যৱহাৰ হয়। সেই বাবেই পঞ্জিকাই কয়, ঘোড়াত আগমনৰ অৰ্থ ছত্ৰভংগ। অৰ্থাৎ উক্ত সময়ত যুদ্ধ, অশান্তি আদিৰ সম্ভৱনা প্ৰবল থাকে। মুঠৰ ওপৰত ঘোড়াত দেৱীৰ আগমনৰ বাৰ্তাই ইয়াৰ ফল যে ভাল নহয় সেয়াই সুচায়।



আনপিনে এইবাৰ দেৱীৰ গমন হ’ব দোলাত। পঞ্জিকাৰ মতে দেৱীৰ দোলাত গমনৰ ফল হ’ল মৰক অৰ্থাৎ মহামাৰি। 

MUST READ  মোডী ৩.০: প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয় কাৰ্যকালত বিশ্বত ভাৰতৰ ভূমিকা কি হ’ব?



- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...