Vastu

Ram Image AI Generated: ২১ বছৰত ভগৱান ৰামক এনেকুৱা দেখা গৈছিল ?

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ভগৱান ৰামৰ এখন ছবি। ছবিখনৰ সন্দৰ্ভত দাবী কৰা হৈছে যে ২১ বছৰ বয়সত ভগৱান ৰামক এনেকুৱা দেখা গৈছিল। এই ছবিখন...

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ২০২৩ চনৰ গৰ্ভত লুকাই থকা গোপন কথাটো কি?

 বুলবুলগেৰিয়াতগেৰিয়াত জন্মগ্ৰহণ কৰা বাবা ভাংগাৰ ভৱিষ্যদ্বাণী প্ৰায়ে চৰ্চিত হৈ থাকে। দশক দশক পূৰ্বে তেওঁ কৰা বহু ভৱিষ্যদ্বাণীও সত্য বুলি প্ৰমাণিত হৈছে। চলিত বৰ্ষ ২০২২ৰ...
- Advertisement -

Aporajita : নীলা অপৰাজিতা লগালে জীৱনত কি ভাল পৰিবৰ্তন হব ।

অপৰাজিতাক সংস্কৃতত অস্ফোটা, বিষ্ণুকান্ত, বিষ্ণুপ্ৰিয়া, গিৰিকৰ্ণী, অশ্বখুৰা বুলি কোৱাৰ বিপৰীতে অসমীয়াত অপৰাজিতা বুলি কোৱা হয়। অপৰাজিতাৰ ফুল বগা আৰু নীলা। নীলা ফুলৰ অপৰাজিতাও দুই...

Krishna Janmashtami 2022 : এইবাৰ কেতিয়া উদযাপন কৰা হ’ব জন্মাষ্টমী ।

জন্মাষ্টমী ২০২২ঃ প্ৰতিবছৰে ভাদ্ৰপদৰ কৃষ্ণ পক্ষৰ অষ্টমী তাৰিখে পালন কৰা হয় কৃষ্ণ জন্মাষ্টমী উৎসৱ। এইবাৰ কৃষ্ণ জন্মাষ্টমী পালন কৰা হব ২০২২ চনৰ ১৮ আগষ্ট...
- Advertisement -

প্ৰতিদিনে পুৱা ব্ৰহ্ম মুহুৰ্তত বিছনা এৰিব লাগে, যাক ব্ৰহ্ম মুহুৰ্ত বোলা হয় ?

সুস্বাস্থ্য আৰু দেৱ-দেৱীৰ আশীৰ্বাদ পাবলৈ আমি প্ৰতিদিনে পুৱা ব্ৰহ্ম মুহুৰ্তত বিচনাখন এৰি দিব লাগে। এই বিশ্বাস অনাদি কালৰে পৰা চলি আহিছে। ব্ৰহ্মা মানে পৰম...

Subscribe