Assam budget

ৰাজ্যিক বাজেটৰ বাবে আপুনিও পৰামৰ্শ আগবঢ়াব পাৰে । জনসাধাৰণৰ মুকলি পৰামৰ্শৰ বাবে Email ID, WhatsApp নম্বৰ মুকলি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে ।

assambudgetsuggestions@gmail.com আৰু ৭৬৩৬৮৭৯০১৯ হোৱাটছএপ নম্বৰত অহা ৩ জুলাইৰ ভিতৰত আপুনি আপোনাৰ পৰামৰ্শৱলী প্ৰেৰণ কৰিব পাৰে । পঞ্চদশ...

Subscribe