বিশ্বৰ ৩০ খন আটাইতকৈ প্রদৃষিত চহৰ ৷ তাৰ ২২ খন চহৰ ভাৰতৰ হয় ৷
বিশ্বৰ প্রদূষিত চহৰৰ ভিতৰত ২২ খন চহৰ ভাৰতৰ পোৱা গৈছে। ইযাৰ ভিতৰত ৰাজধানী দিল্লী প্রথম স্থানত আছে। বাকী খন হল
Ghaziabad,
Bulandshahr,
Bisarakh,
Jalalpur,
Noida,
Greater Noida,
Kanpur, Lucknow,
Meerut,
Agra
Muzaffarnagar
Bhiwadi
Faridabad,
Jind,
Hisar,
Fatehabad,
Bandhwadi,
Gurugram,
Yamunanagar,
Rohtak
Dhar
Muzaffarpur.