কৰোনা ভেকছিনৰ দ্বিতীয় পালিটো কিয় অধিক গুৰুত্বপূৰ্ণ জানি লওঁক
Find out why the second dose of corona vaccine is more important
- প্ৰথম কোভিড-19 ভেকছিন পালি, যাক “প্ৰাইম পালি” বুলি কোৱা হয়, এণ্টিবডী নিৰ্মাণ কৰিবলৈ মানৱ ৰোগ প্ৰতিৰোধ প্ৰণালী প্ৰস্তুত কৰে। অৱশ্যে, প্ৰথম পালিৰ সৈতে উৎপন্ন হোৱা এই এণ্টিবডীবোৰ দীঘলীয়া সময়ৰ বাবে নাথাকিব আৰু সময়ৰ সৈতে লাহে লাহে হ্ৰাস হ’ব,
- দ্বিতীয় পালিৰ পিছত, যাক “বুষ্টাৰ পালি” বুলি কোৱা হয়, ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে বৃহৎ সংখ্যক এণ্টিবডী প্ৰস্তুত কৰাৰ বাবে উৎসাহ প্ৰাপ্ত কৰে
আপুনি কভাক্সিন/কভিশ্বিল্ডৰ দ্বিতীয় পালি কেতিয়া লব ৷
- কভিশ্বিল্ড ভেকছিনৰ দুটা পালিৰ মাজৰ সময়ৰ ব্যৱধান চাৰি-ছয় সপ্তাহৰ পৰা চাৰি-আঠ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে, আনহাতে কভাক্সিনৰ দ্বিতীয় পালিটো প্ৰথমটোৰ চাৰিৰ পৰা ছয় সপ্তাহপিছত গ্ৰহণ কৰিব পাৰি।