◽ভাৰতীয় ছোৱালীজনীক মাইক্ৰছফ্টে ২২ লাখতকৈও অধিক টকা প্ৰদান কৰিছে।
◽কোম্পানীটোৱে চাইবাৰ সুৰক্ষা বিশ্লেষক অদিতি সিঙক পুৰস্কাৰ প্রদান কৰিছে ৷
◽মাইক্ৰছফ্ট এজুৰ ক্লাউডত (মাইক্ৰছফ্টৰ এজুৰ ক্লাউড) এটা বাগ ত্ৰুটি (BUG) চিনাক্ত কৰি দিয়াৰ বাবে মাইক্ৰছফ্টৰ কোম্পানীয়ে ২২ লাখ টকা উপহাৰ দিয়ে ৷
◽অদিতি সিঙক কেৱল মাইক্ৰছফ্টৰ পৰাই নহয় দুমাহ আগতে ফেচবুকৰ পৰাও পুৰস্কাৰ হিচাপে ৫.৫ লাখ টকা দিয়া হৈছিল।
◽অদিতিৰ মতে, দুয়োটা কোম্পানীতে একে ধৰণৰ ৰিম’ট কোড এক্সিকিউচন ত্ৰুটি (ৰিম’ট কোড এক্সিকিউচন বাগ) তাই চিনাক্ত কৰিছিল ৷