গুগল প্লে ষ্টোৰ ৰ পৰা আমি প্ৰতিদিনে আমাৰ কামৰ বহুতো এণ্ড্ৰইড এপ্প ডাউনলোড কৰোঁ কিন্তু আপুনি জানেনে যে ইয়াৰে কিছুমান ক্ষতিকাৰক এপ্প হ’ব পাৰে যি আপোনাৰ আৰু আপোনাৰ ডিভাইচদুয়োৰে বাবে বিপদজনক হ’ব পাৰে। Dr webৰ মালৱেৰ বিশ্লেষকসকলে শেহতীয়াকৈ কিছুমান আটাইতকৈ বিপদজনক এপ চিনাক্ত কৰিছে যিয়ে ব্যৱহাৰকাৰীৰ ফেচবুক লগইন আৰু পাছৱৰ্ড চুৰি কৰে। গুগলে এই ৯ টা মালৱেৰ এপৰ বিষয়ে প্ৰতিবেদন দিয়াৰ পিছত গুগল প্লে ষ্টোৰৰ পৰা এপবোৰ আঁতৰাই দিছে।
এই ট্ৰজান এপবোৰে ব্যৱহাৰকাৰীসকলক fake Login Facebook page লোড কৰাই আৰু তাৰ পিছত ব্যৱহাৰকাৰী সকলে নিজৰ ফেচবুক ID আৰু password প্ৰবিষ্ট কৰে । তাৰ ফলত আপোনাৰ ফেচবুক ID আৰু PASSWORD সিঁহতৰ ওচৰত যায় । আৰু আপোনাৰ ফেচবুক Account hack হৈ পৰে ।
9 Malware Apps on Google Play Store has removed Form Playstore
1.Processing Photo
2.PIP Photo
3.Horoscope Daily
4.Rubbish Cleaner
5.App Lock Keep
6.Inwell Fitness
7.Horoscope Pi
8.Lockit Master
9.App Lock Manager
আপুনি third party নাইবা অন্য কোনো platform ৰ পৰা কোনো এপ্প ডাউনলোড নকৰিব । Play Store ৰ পৰা হে Download বা ইনষ্টল কৰিব ।