দেশত মোডী কেবিনেটৰ সম্প্ৰসাৰণৰ লগে লগে, দপ্তৰ সমূহ বিভক্ত কৰা হয়।
– জ্যোতিৰাদিত্য সিন্ধিয়াক বিমান মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হয়।
– পুৰুষোত্তম ৰূপালাক নতুন দুগ্ধ উন্নয়ন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
-আয়ুষ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে দায়িত্ব গ্ৰহণ কৰে। লগতে বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ দায়িত্ব দিয়া হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ।
-মীন মন্ত্ৰালয়ৰ দায়িত্বও ৰূপালাক দিয়া হয়।
-হৰদীপ সিং পুৰী দেশৰ নতুন পেট্ৰ’লিয়াম মন্ত্ৰী হয়।
-অশ্বিনী বৈষ্ণৱ ৰে’ল মন্ত্ৰালয় আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীত্ব লাভ কৰে।
– পীয়ুষ গোৱেলক নতুন বস্ত্ৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
– ধৰ্মেন্দ্ৰ প্ৰধান হ’ব দেশৰ নতুন শিক্ষা মন্ত্ৰী। দক্ষতা বিকাশ মন্ত্ৰালয়কো দায়িত্ব দিয়া হয়।
স্মৃতি ইৰাণীয়ে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী হিচাপে অব্যাহত ৰাখিব।
– মনসুখ মাণ্ডৱিয়াই নতুন স্বাস্থ্য মন্ত্ৰী ।
মান্দাৱিয়াক ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ও দিয়া হয়।
– সহযোগিতা মন্ত্ৰালয়ৰ দায়িত্বত অমিত শ্বাহ।
জ্যোতিৰাদিত্য সিন্ধিয়াক অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়,
– পুৰুষোত্তম ৰূপালাক দুগ্ধ আৰু মীন পালন মন্ত্ৰালয়,
-ঠাকুৰক ক্ৰীড়া আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়,
-গিৰিৰাজ সিঙক গ্ৰামোন্নয়ন মন্ত্ৰালয়,
-পশুপতি কুমাৰ পাৰসক খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়,
-ভূপেন্দ্ৰ যাদৱক শ্ৰম মন্ত্ৰালয় হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।
-ভূপেন্দ্ৰ যাদৱৰ সংস্কৃতি আৰু পৰ্যতন মন্ত্ৰী
-কিৰেন ৰিজিজুক উত্তৰ-পূব পৰিক্ৰমা আৰু
-আয়ুষ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ পৰিৱেশ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় প্রধানমন্ত্রীয়ে নিজেই পৰিচলনা কৰিব ।
Great website and Admin Is so clever 😅…. To Get Daily Job, Business Updates Please Visit https://arthatalk.com/