- “জীৱনটো আচলতে খুব চুটি; কেৱল জীৱনৰ দুখ যন্ত্ৰণাবোৰেহে খুব দীঘলীয়া যেন কৰে।” পাব্ৰিয়াছ ছাইৰাছ।
- যদি ঈশ্বৰে আপোনাক অধিক সময় অপেক্ষা কৰিবলৈ বাধ্য কৰাই, তেন্তে সাজু থাকক যে , তেওঁ আপুনি বিচৰাতকৈ অধিক পাব !!
- “জীৱনক ভয় নকৰিবা। জীৱনক জীয়াই ৰাখিব পাৰিম বুলি বিশ্বাস ৰাখা এই বিশ্বাসে তোমাক উন্নতিৰ পথত আগুৱাই লৈ যাব।” — উইলিয়াম জেমছ্ ।
- “জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ কেতিয়াবা ভয়ঙ্কৰ। কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ’লে আমাৰ দৃষ্টি হ’ব লাগিব প্ৰখৰ আৰু নিৰ্মল।” — –হোমেন বৰগোহাঞিি
- “Dreams are not what you see after you sleep, dreams that don’t let you sleep”
- “সপোন সেইবোৰ নহয় যি আপুনি শোৱাৰ পিছত দেখে, সপোন সেইবোৰ যি আপোনাক শুবলৈ নিদিয়ে” ডঃ এ পি জে আব্দুল কালাম
দৈনন্দিন পাবলৈ visit কৰক আৰু আমাৰ Facebook page আৰু Instagram Page Follow কৰক ।