এই সময়ত কি কৰিব লাগে আপুনি জানেনে?
-সূৰ্যগ্ৰহণৰ সময়ত ভগৱান শিৱৰ যিকোনো মন্ত্ৰ উচ্চাৰণ কৰা উচিত।
-সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত গা ধুব।
-সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত ঘৰটো পৰিষ্কাৰ কৰক।
-গ্ৰহণ শেষ হোৱাৰ পিছত ঘৰত গংগাজল ছতিয়াব লাগে ।
সূৰ্যগ্ৰহণৰ সময়ত এনে নকৰিব।
-গ্ৰহণৰ সময়ত ৰান্ধিব আৰু খাব নালাগে ।
-কেতিয়াও খালি চকুৰে গ্ৰহণটো চোৱা উচিত নহয় ।
-গ্ৰহণৰ সময়ত আপুনি শুব নালাগে।
-সূৰ্যগ্ৰহণৰ আগতে, তুলসীপাত পানী আৰু খাদ্যত ৰাখিব লাগে ।