কেবিনেটত ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা
স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ। অহা বছৰৰ পৰা ডিগ্ৰী ডিপ্ল’মাৰ নতুন নিয়ম।
অহা বছৰৰ পৰা দেশত প্রযোজ্য হ’ব নতুন শিক্ষানীতি নতুন স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ স্নাতক,
স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষাৰ্থীয়ে দুটা ছেমিষ্টাৰ পঢ়ি ল’ব পাৰিব চাৰ্টিফিকেট
৪টা ছেমিষ্টাৰ পঢ়ি ল’ব পাৰিব ডিপ্লমা
৬টা ছেমিষ্টাৰ পঢ়ি ডিগ্ৰী ল’ব পাৰিব
৮টা ছেমিষ্টাৰ লৈ ডিগ্রী with অনাৰ্চ ল’ব পাৰিব শিক্ষার্থীসকলে ।
স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে কাঠামো
সকলো স্নাতক/স্নাতকোত্তৰ প্ৰগ্ৰেম, যেনে- BA, BSc, MA, MSc, BCA, BBA আদি বা ৩+২ৰ বৰ্তমানৰ আৰ্হিৰ অন্য কোনো অনুৰূপ পাঠ্যক্ৰমৰ বাবে প্ৰযোজ্য বা যিকোনো সংহত আৰ্হিৰ বাবে প্ৰযোজ্য মূল নির্দেশনা
ৰাষ্ট্ৰীয় শিক্ষা আঁচনিৰ নিৰ্দেশনা অনুসৰি বৰ্তমানৰ Choice Based Credit System (CBCS)ৰ পুনৰীক্ষণ
• শাখা, পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ, বৃত্তিমূলক আৰু শৈক্ষিক ক্ষেত্ৰত কোনো কঠিন পৃথকীকৰণ নহয়
পৰিকাঠামো
৩ বা ৪ বছৰৰ সময়সীমাৰ স্নাতক ডিগ্রী পাঠ্যক্রম
(একাধিক নামভর্তি, আংশিক পাঠ্যক্রম, পুনৰ নামভৰ্তি আদি বিকল্পৰ সৈতে)
● ১ বছৰ (২ যাণ্মাসিক) সম্পূৰ্ণ কৰাৰ পাছত এখন প্রমাণপত্র • ২ বছৰৰ পাছত (৪ ষাণ্মাসিক) ডিপ্লমা
• ৩ বছৰীয়া পাঠ্যক্ৰমৰ পাছত স্নাতক ডিগ্রী (৬ ষাণ্মাসিক)
• ৪ বছৰীয়া পাঠ্যক্ৰমৰ পাছত অনাৰ্ছৰ সৈতে স্নাতক ডিগ্রী (৮ ষাণ্মাসিক)
• জটিল গৱেষণা প্রকল্প সম্পূৰ্ণ কৰা শিক্ষার্থীয়ে ৪ বছৰীয়া পাঠ্যক্ৰমৰ পাছত গৱেষণাৰ সৈতে স্নাতক ডিগ্রী
৩ বছৰত স্নাতক ডিগ্রী সম্পূৰ্ণ কৰাসকলৰ বাবে ১ বছৰৰ পাঠ্যক্ৰমৰ পাছত নিৰ্দিষ্ট শাখাত স্নাতকোত্তৰ ডিপ্লমা স্নাতকোত্তৰ ডিগ্ৰী প্ৰ’গ্ৰেমৰ ডিজাইন/সময়সীমাৰ ক্ষেত্ৰত নমনীয়তা
২ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম, য’ত ২য় বর্ষটি গৱেষণাৰ বাবে নিবেদিত (৩ বছৰীয়া স্নাতক ডিগ্রী সম্পূর্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে)
৪ বছৰীয়া স্নাতক ডিগ্ৰী প্ৰ’গ্ৰেম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ১ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম